Share this book with your friends

Xobdo bure jaanu kobo paare anubhutir purnota / শব্দবোৰে জানো ক'ব পাৰে, অনুভূতিৰ পূৰ্ণতা

Author Name: Bitupan Das | Format: Paperback | Genre : Poetry | Other Details

“শব্দবোৰে জানো ক’ব পাৰে, অনুভূতিৰ পূৰ্ণতা” হৈছে এখন কবিতা আৰু গীতৰ পুথি। য’ত মোৰ হৃদয়ত অহৰহ নিৰ্গত হৈ থকা ভাৱনা আৰু অনুভূতিবোৰক শব্দৰ ৰূপ দিবলৈ যত্ন কৰা হৈছে।

        কিন্তু শব্দবোৰে জানো ক’ব পাৰে, অনুভূতিৰ পূৰ্ণতা — তথাপি মোৰ ফালৰ পৰা এটা প্ৰয়াস কৰা হৈছে।

মোৰ এই অনুভূতিবোৰে যেন আপোনালোকৰ হৃদয়ত ঘৰ সাজে, তাৰেই আশাৰে।

Read More...

Sorry we are currently not available in your region. Alternatively you can purchase from our partners

Ratings & Reviews

5 out of 5 (1 ratings) | Write a review
Bitupan Das

Delete your review

Your review will be permanently removed from this book.
★★★★★

Sorry we are currently not available in your region. Alternatively you can purchase from our partners

Also Available On

বিতোপন দাস

বিতোপন দাসৰ জন্ম হৈছিল যোৰহাট জিলাৰ ৰংদৈত। তেওঁ “এন আই টি, শিলচৰ”ৰ পৰা “মেকানিকেল ইঞ্জিনিয়াৰিং”ত শিক্ষা গ্ৰহণ কৰে। তেওঁ সাধাৰণতে ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাৰে সাহিত্যলৈ বৰঙণি আগবঢ়াই আহিছে। তেওঁৰ কেইখনমান পুথিৰ নাম হৈছে –

“सुन ले कोई मेरी क़लम की पुकार”, “गुल-ए-इश्क़”, “मकुआ”, “खून की स्याही का हर एक क़तरा भी काफ़ी नहीं, तुम्हें लिख पाने में”, “वो दिल भी क्या दिल है”, “The Dead Poet, And His Lost Poetry” আৰু “No One Killed The Mocking Bird”।

বৰ্তমান তেওঁ ইংৰাজী ভাষাত দুখন উপন্যাসৰ কাম কৰি আছে আৰু ভৱিষ্যতে এজন ভাল লেখক আৰু চলচিত্ৰ নিৰ্মাতা হোৱাৰ আশা পুহি ৰাখিছে।

২০১৮ চনত তেওঁ “Spillwords Press Awards”ৰ দ্বাৰা সন্মানিত হয় আৰু লগতে  “Delhi Poetry Slam” ৰ “World Poetry Project, 2025”ৰ তেওঁ এজন সদস্যও।

Read More...

Achievements

+1 more
View All